জাননী

অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ গ্ৰন্থমেলা উপসমিতিৰ দ্বাৰা অনুস্থিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী যিসকলে এতিয়াও পুৰস্কাৰ সমূহ লোৱা নাই তেওঁলোকক অহা ৰবিবাৰে (১৬/০২/২০২৫) ৰাতিপুৱা ১১ বজাত পাঠশালা সাহিত্য সভাৰ কাৰ্যালয়ৰ পৰা পুৰস্কাৰ সমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ।