জাননী

অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ গ্ৰন্থমেলা উপসমিতিৰ দ্বাৰা অনুস্থিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী যিসকলে এতিয়াও পুৰস্কাৰ সমূহ লোৱা নাই তেওঁলোকক অহা ৰবিবাৰে (১৬/০২/২০২৫) ৰাতিপুৱা ১১ বজাত পাঠশালা সাহিত্য সভাৰ কাৰ্যালয়ৰ পৰা…

Continue Readingজাননী

গ্ৰন্থমেলা উপসমিতিৰ উদ্যোগত অনুষ্ঠিত প্রতিযোগিতাৰ ফলাফল

১|প্রবন্ধ প্রতিযোগিতাৰ ফলাফল: প্রথম পুৰস্কাৰঃ মিতুমনি চেতিয়া, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়, নসত্র, বৰপেটা দ্বিতীয় পুৰস্কাৰ: শ্যামন্তিকা মহন্ত, কটন বিশ্ববিদ্যালয়, ওৱাহাটী তৃতীয় পুৰস্কাৰ: নিবেদিতা হাজৰিকা, লখিমপুৰ অসম ২|তর্ক প্রতিযোগিতাৰ ফলাফল: তর্ক প্রতিযোগিতা…

Continue Readingগ্ৰন্থমেলা উপসমিতিৰ উদ্যোগত অনুষ্ঠিত প্রতিযোগিতাৰ ফলাফল

চিত্ৰাংকন প্ৰতিযোগিতাত যোগাযোগৰ ফোন নং

জাননী ইয়াৰ দ্বাৰা জনোৱা হয় যে গ্ৰন্থমেলা উপসমিতিৰ উদ্যোগত অনুষ্ঠিত কৰিবলগীয়া চিত্ৰাংকন প্ৰতিযোগিতাত যোগাযোগৰ বাবে অকল ৭৮৯৬৭৯৬০৭৪ নম্বৰত যোগাযোগ কৰিব। আন কিবা ফোন নং প্ৰচাৰিত হৈছে যদি সেয়া ভূলবশত প্ৰচাৰিত…

Continue Readingচিত্ৰাংকন প্ৰতিযোগিতাত যোগাযোগৰ ফোন নং