১. গ্ৰন্থমেলা বিপণিৰ লগত থকা খোৱাৰ সুবিধা হ’ব নে?
উত্তৰ: নিশ্চিতভাবে হ’ব
২. এটা প্ৰকাশন গোষ্ঠীয়ে সৰ্বাধিক কেইখন বিপণি দিব পাৰিব?
উত্তৰ: প্ৰতিটো বিপণিৰ বাবে নিদিৰ্ষ্ট পঞ্জীয়ন বৰঙণি দি ৫টা লৈকে বিপণি ল’ব পাৰিব
৩. অসমৰ বাহিৰেও আন ৰাজ্যৰ প্ৰকাশক অংশগ্ৰহণ কৰিব পাৰিবনে ?
উত্তৰ: নিশ্চিতভাবে পাৰিব
৪. বিশেষ যোগ্যতাৰ ভিত্তিত বিপণিৰ স্থানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তি থাকিব নে ?
উত্তৰ: নাথাকে
৫. বৰঙণি মূল্য নগদ ধন হিচাপে দিব পৰা ব্যৱস্থা থাকিব নে ?
উত্তৰ: থাকিব
৬. বৰঙণি মূল্য আগতিয়াকৈ আদায় নিদিয়াকৈ পঞ্জীয়ন কৰিলে সেই পঞ্জীয়ন বৈধ হ’ব নে ?
উত্তৰ: নহ’ব