- সাহিত্য সভাৰ মূল সমিতিক সৰ্বতোপ্ৰকাৰৰ সহায়-সহযোগ আগবঢ়োৱা।
- ডিজিটেল প্ৰযুক্তিৰে গ্ৰন্থৰ জনপ্ৰিয়কৰণ।
- তথ্য প্ৰযুক্তিৰ লগত গ্ৰন্থৰ সমন্বয় সাধন।
- প্ৰজন্মৰ মাজত ব্যাৱধান হ্ৰাসকৰণৰ জৰিয়তে গ্ৰন্থৰ জনপ্ৰিয়কৰণ।
- ৰুচিবোধসম্পন্ন গ্ৰন্থ সহজতে আৰু কম সময়তে উপলব্ধ কৰোৱা।
- প্ৰতিযোগিতামূলক মনোভাৱেৰে নতুন চিন্তাৰ উন্মেষ।
- লিখন-পঢ়্নত সেউজ প্ৰযুক্তিৰ জনপ্ৰিয়কৰণ।
- ক্ষেত্ৰভিত্তিক স্বকীয় ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতিফলন।